বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বন্দুক পিটিকি থাকোতেই ফুটিলে গুলী

বন্দুক পিটিকি থাকোতেই ফুটিলে গুলী

অসাৱধানবশতঃ ওলাই অহা গুলীয়ে আঘাত কৰিলে জোৱানক

শ্ৰীনগৰ ২৬ নৱেম্বৰ : কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ এজন জোৱান আজি দুৰ্ঘটনাবশতঃ গুলীৰ আঘাতত আহত হয় ৷ জম্মু কাশ্মীৰৰ বুদগাম জিলাৰ সংৰক্ষিত বাহিনীৰ শিবিৰত এছ বাৰালী নামৰ জোৱান জনে নিজৰ বন্দুকটো হাতত লৈ থকা সময়ত দুৰ্ভাগ্যক্ৰমে বন্দুকৰ নলীয়েদি গুলী ওলাই আহিছিল আৰু সেই গুলীয়ে তেওঁৰ শৰীৰত আঘাত হানিছিল৷গুৰতৰভাৱে আহত জোৱানজনক ইতিমধ্যে সেনাবাহিনীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷