দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পুলৱামাত সন্ত্ৰাসবাদী নিহত

পুলৱামাত সন্ত্ৰাসবাদী নিহত

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত ৩ টা সন্ত্ৰাসবাদীৰ মৃত্যু

শ্ৰীনগৰ,৯ ডিচেম্বৰ : জম্মু কাশ্মীৰৰ পুলৱামা অঞ্চলত আজি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা এক অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হয় ৷

অৱশ্যে অঞ্চলটোত এতিয়াও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷”অভিযানৰ সময়ত প্ৰচণ্ড গুলীয়াগুলী হয় আৰু ইতিমধ্যে তিনিটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে”- আৰক্ষী সূত্ৰই এনেদৰে প্ৰকাশ কৰে ৷

এক বিশেষ সূত্ৰৰ পম খেদি সেনাবাহিনীয়ে পুলৱামাৰ টিকেন অঞ্চলত আজি পুৱাৰ পৰা অভিযান চলাইছিল ৷ (IANS)