মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিটিএডি নিৰ্বাচনী ফলাফলৰ সবিশেষ

বিটিএডি নিৰ্বাচনী ফলাফলৰ সবিশেষ

একক সংখ্যাগৰিষ্ঠতাৰ বাবে ২০ খন আসনৰ প্ৰয়োজন আছিল,কিন্তু কোনো এটা দলেই লাভ নকৰিলে সংখ্যাগৰিষ্ঠতা

১.মথনগুৰি= গৌতম দাস (বিজেপি)

২.,মুছলপুৰ = ৰাকেশ বড়ো (ইউপিপিএল) 

৩.কচুগাঁও=উকিল মুছাহাৰী (ইউপিপিএল)

৪.চালাকাটি= দেৰহাছাৎ মুছাহাৰী (বিপিএফ)

৫.ফকিৰাগ্ৰাম=অৰুপ কুমাৰ দে (বিজেপি)

৬.গুমা = ৰহিন্দ্ৰ ব্ৰহ্ম (বিপিএফ)

৭.শ্ৰীৰামপুৰ = সুজল সিংহ (কংগ্ৰেছ)

৮.ডতমা = প্ৰকাশ বসুমতাৰী (বিপিএফ)

৯.থুৰীবাৰী= অভিৰাম মহানায়ক (বিজেপি) 

১০.ননৈ ছেৰফাঙ= সঞ্জীত তাঁতী (বিজেপি)

 ১১.ৰৌতা =  ডঃনিলুট স্বৰ্গীয়াৰী (ইউপিপিএল)

১২.খালিংদুৱাৰ=দিলীপ কুমাৰ বড়ো (ইউপিপিএল)

১৩.ভেৰগাঁও= ডাওবৌচা বড়ো (ইউপিপিএল)

১৪.নাগ্ৰীজুলি= ধৰ্মনাৰায়ন দাস (বিজেপি) 

১৫.হৰিচিঙা= সঞ্জয় স্বৰ্গীয়াৰী (ইউপিপিএল)

১৬.ভৈৰৱকুণ্ড = গোবিন্দ বসুমতাৰী (ইউপিপিএল)

১৭.ধনশ্ৰী= ফ্ৰেছ মুছাহাৰী (বিপিএফ) 

১৮.দৰংগাজুলি= বিজিত গৌৰা নাৰ্জাৰী(বিপিএফ)

১৯.শালবাৰী= জয় মুছাহাৰী (বিপিএফ)

২০.গৰেশ্বৰ= পবিত্ৰ বড়ো (ইউপিপিএল)

২১.কোকলাবাৰী=প্ৰমোদ বড়ো (ইউপিপিএল).

২২.দিহিৰা=ঘনশ্যাম দাস (জিএছপি)

২৩.বাগানপাৰা=UPPL কাতিৰাম বড়ো (ইউপিপিএল)

২৪.চৰাইবিল= মৃত্যুঞ্জয় নাৰ্জাৰী (বিপিএফ)

২৫.বনৰগাঁও= ৰাজীব ব্ৰহ্ম (বিপিএফ)

২৬.দেৱৰগাঁও= হাগ্ৰামা মহিলাৰী (বিপিএফ)

২৭.সুৱাইঝাৰ= প্ৰভাত বসুমতাৰী (বিপিএফ)

২৮.চিৰাং দুৱাৰছ=UPPL ৰঞ্জিত বসুমতাৰী (ইউপিপিএল)

২৯.নিচিমা= জেমছ বসুমতাৰী (বিপিএফ)

৩০.কাজলগাঁও=পানীৰাম ব্ৰহ্ম (বিপিএফ) 

৩১.চিৰাং=ছাইখং বসুমতাৰী (বিপিএফ)

৩২.গয়বাৰী=প্ৰমোদ বড়ো (ইউপিপিএল)

৩৩.মুদৈবড়ী=  দিগন্ত বৰুৱা (বিজেপি)

৩৪.খৈৰাবাৰী=, ভৱেন্দ্ৰ বড়ো (বিজেপি)

৩৫.হৰিচিঙা= সঞ্জয় স্বৰ্গীয়াৰী (ইউপিপিএল)

৩৬.পাঁচনৈ ছেৰফাং=, দিপক মৌৰ (বিজেপি) 

৩৭.বইখুনগ্ৰী= দানেশ্বৰ গয়াৰী (বিপিএফ)

৩৮.মানছ ছাৰফেং=ধনঞ্জয় বসুমতাৰী (বিপিএফ)

৩৯. পৰ্বতঝৰা =মুনমুন ব্ৰহ্ম, (বিপিএফ)

৪০.শুক্লাই ছেৰফাং = ৰনীন্দ্ৰ নাৰ্জাৰী (বিজেপি)

বিপিএফ -১৭

ইউপিপিএল-১২

বিজেপি-৯

কংগ্ৰেছ-১

জিএছপি-১

মুঠ -৪০