দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / পদুমেই পদুম নগাঁৱত

পদুমেই পদুম নগাঁৱত

নগাৱঁৰ অন্তৰ্ভুক্ত ১০ টা সমষ্টিৰ ফলাফল ঘোষণা

 নগাঁও,১৯ ডিচেম্বৰ: আজি ভোট গণনা চলি থকা তিৱা নিৰ্বাচনৰ ফলাফলসমূহৰ ঘোষণা পৰ্যায়ক্ৰমে চলি আছে ৷ ইতিমধ্যে নগাঁও জিলাৰ অন্তৰ্গত ১০ টা সমষ্টিৰে নিৰ্বাচনৰ ফলাফল কৰা হৈছে ৷ সেই অনুসৰি ফলাফল এনেধৰণৰ-

২৩ নং জৰাবাৰী সমষ্টি বিজেপিৰ গীতামণি কলিতা ভূঞা জয়ী।
২১ নং টোপাকুছী সমষ্টিত বিজেপিৰ সুৰুজ কোঁৱৰ জয়ী।
২৫ নং চহৰী সমষ্টিত বিজেপিৰ মোহন সেনাপতি জয়ী।
৩০ নং নামবৰ লালুংগাওঁ সমষ্টিত বিজেপিৰ ইন্দ্ৰ বৰদলৈ জয়ী।
৩১নং লালুংপাৰ সমষ্টিত বিজেপিৰ মদন বৰদলৈ জয়ী।
২৪ নং জোঙালবলহু সমষ্টিত বিজেপিৰ প্ৰনবজ্যোতি মছৰঙ জয়ী।
২৮ নং লাটুমাৰী সমষ্টিত বিজেপিৰ বিতু বৰদলৈ জয়ী।
২৯ নং কমাৰগাও সমষ্টিত বিজেপিৰ অজিত পাটৰ জয়ী।
২০ নং বাৰেপূজীয়া সমষ্টিত  বিজেপিৰ কমল বৰদলৈ জয়ী।
২২ নং পুখুৰী পাৰ সমষ্টিত বিজেপিৰ বিশ্বজ্যোতি পাটৰ জয়ী।