বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চালকবিহীন মেট্ৰ’ চলিব দিল্লীত

চালকবিহীন মেট্ৰ’ চলিব দিল্লীত

প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব এই ৰেলৰ

নতুন দিল্লী,২৪ ডিচেম্বৰ: অহা ২৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰথমখন চালকবিহীন মেট্ৰ ৰেল আৰম্ভ কৰিব ৷ এই ৰেলখন জনকপুৰী পশ্চিমৰ পৰা ব’টানিকেল গাৰ্ডেনলৈকে মুঠ ৩৭ কি: মিটাৰ ধৰি চলিব ৷ দিল্লী মেট্ৰ ৰেল কৰ্পৰেশ্যনৰ উপ মহাপ্ৰবন্ধক অনুজ দায়েল স্বাক্ষৰিত এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হয় ৷ বৰ্তমান দিল্লী মেট্ৰ’ৰ ২৮৫ টা ষ্টেচন আছে আৰু ই ৩৮৯ কি: মিটাৰ ব্যাপী এই সেৱা আগবঢ়াই আছে ৷ (IANS)