সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চাৰি সন্ত্ৰাসবাদী নিহত

চাৰি সন্ত্ৰাসবাদী নিহত

বিগত তিনি দিনত চাৰিটা সন্ত্ৰাসবাদী নিহত হৈছে কাশ্মীৰত

শ্ৰীনগৰ , ২৬ ডিচেম্বৰ : দক্ষিণ কাশ্মীৰৰ চ’ফিয়ানা জিলাত সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হৈছে ৷ এক বিশেষ সূত্ৰৰ আধাৰত সেনাবাহিনীয়ে কণিগাম অঞ্চলত চলোৱা এই অভিযানত এই সন্ত্ৰাসবাদী দুটা নিহত হয় ৷ অঞ্চলটোত এতিয়াও সেনাৰ অভিযান চলি আছে ৷ ইয়াৰ আগতে উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাত যোৱা বৃহস্পতিবাৰে সেনাৰ আক্ৰমণত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল ৷ (IANS)