সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আলোচনা শেষ,সমাধান নাই

আলোচনা শেষ,সমাধান নাই

পুনৰ ৪ জানুৱাৰীত হ’ব বৈঠক

নতুন দিল্লী,৩০ ডিচেম্বৰ : প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজৰ আলোচনা সুদীৰ্ঘ ৫ ঘণ্টাৰ পিছত অন্ত পৰিল ৷ বিগত ২৬ নবেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ সমাধানসূত্ৰ ওলিয়াবলৈ এতিয়ালৈকে ষষ্ঠলানি আলোচনা অনুষ্ঠিত হৈছে ৷ বৈঠকৰ অন্তত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় “ আমাৰ চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ৰ দুটাৰ ওপৰত আমি সহমতত উপনীত হৈছোঁ ৷ পুনৰ ৪ জানুৱাৰীত বৈঠক অনুষ্ঠিত হ’ব ৷”

প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজৰ আলোচনা সুদীৰ্ঘ ৫ ঘণ্টাৰ পিছত অন্ত পৰিল ৷ বিগত ২৬ নবেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ সমাধানসূত্ৰ ওলিয়াবলৈ এতিয়ালৈকে ষষ্ঠলানি আলোচনা অনুষ্ঠিত হৈছে ৷ বৈঠকৰ অন্তত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় “ আমাৰ চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ৰ দুটাৰ ওপৰত আমি সহমতত উপনীত হৈছোঁ ৷ পুনৰ ৪ জানুৱাৰীত বৈঠক অনুষ্ঠিত হ’ব ৷” (IANS)