শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হল মুকলি হ’ল

হল মুকলি হ’ল

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানিব লাগিব হলত

ভুৱনেশ্বৰ,৩০ ডিচেম্বৰ : উৰিষ্যা চৰকাৰে ইয়াৰ চিনেমা হল আৰু থিয়েটাৰ হলবোৰ ৫০ শতাংশ দৰ্শকৰ আসনেৰে মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ৰাজ্যখনৰ মুখ্য সচিব শচিথ ত্ৰিপাঠীয়ে কয় “ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলো চিনেমা হল আৰু থিয়েটাৰ হল আধা সংখ্যক দৰ্শকেৰে মুকলি কৰিব পাৰিব ৷ অৱশ্যে সকলো ক’ভিড নিৰ্দেশনা ইয়াৰ বাবে মানি চলিব লাগিব ৷” (IANS)