শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / গঠন হ’ল ৰাইজৰ দলৰ কমিটি

গঠন হ’ল ৰাইজৰ দলৰ কমিটি

অন্ত পৰিব আজি প্ৰথমখন অভিবৰ্তন

মৰাণ,৯ ডিচেম্বৰ :বিগত ২অক্টোবৰত গঠন হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিবৰ্তন মৰাণত তিনিদিনীয়াকৈ অনুষ্ঠিত হয়৷আহোম পথাৰত অনুষ্ঠিত এই অভিবৰ্তনত দলটোৰ পূৰ্ণাংগ কমিটিখন গঠন কৰা হয়৷সেই অনুসৰি কাৰাগাৰত বন্দী হৈ থকা  অখিল গগৈক ৰাইজৰ দলৰ সভাপতিৰূপে নিৰ্বাচন   কৰা হয়৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে অখিল গগৈকে সভাপতি হিচাপে বিচৰাৰ কথা অৱগত কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

মুখ্য উপদেষ্টা :

ডঃ হীৰেণ গোহাঁই

উপদেষ্টাসকল-
উদায়দিত্য ভৰালী
ডঃ সীতানাথ লহকৰ
ইন্দ্ৰানী দত্ত
ডঃ ঘনশ্যাম নাথ
হাফিজ বচিৰ চৌধুৰী

সভাপতি –

অখিল গগৈ

কাৰ্যকৰী সভাপতি-

ভাস্ক’ ডি শইকীয়া
কবিন্দ্ৰ চেতিয়া ফুকন
জিতুল ডেকা

উপ সভাপতিঃ
সুমিত্রা হাজৰিকা
মোহিনী মোহন লিগিৰা
কমল কুমাৰ মেধি
ৰাছেল হুছেইন
দীপক শইকীয়া
ৰঞ্জিত তামুলী

 হাৰিকান্ত দাস
চৰণ ডেকা
দিলীপ বৰা
বেদান্ত লস্কৰ
হৰেশ্বৰ বৰ্মন
ফণী টায়েঙ

অনিল বড়ো
ভবেন বৰুৱা( পূৰ্বৰ বিধায়ক, চাবুৱা)
টংকেশ্বৰ মৰাণ
সিদ্ধাৰ্থ বৰুৱা
পুলিন ভট্টাচাৰ্য

সাধাৰণ সম্পাদকঃ
মহেন্দ্ৰ দিহিঙীয়া
হুছেইন মহম্মদ চাহজাহান
ৰুবুল দাস
গিৰি শংকৰ গোস্বামী
অংকুৰ শইকীয়া
আলোক নাথ
লোহিত গগৈ
দিৱস ফুকন
জাহিৰুদ্দিন লস্কৰ

সম্পাদকঃ
দীপাংকৰ কলিতা
জেৰিফা ৱাহিদ
প্ৰবীণ দাস
দীপক তাঁতী
ভবেন সন্দিকৈ
দধিচাৰ ফাংচু 
ৰত্নেশ্বৰ দেউৰী
নবদীপ বৰা
সম্বিত শৰ্মা
ধ্ৰুৱজ্যোতি ফুকন
অনুপ জ্যোতি শইকীয়া
অনুপম বৰুৱা
কৃষ্ণা শৰ্মা
দিগন্ত চাংমাই
আজমল হুছেইন
আশ্ৰাফুল ইছলাম
আব্দুল ৱাহব 
দিলোৱাৰা চৌধুৰী

সহ সম্পাদকঃ

আনিছুৰ ৰহমান
ৰুবুল বুঢ়াগোহাঁই
পদ্মকান্ত দাস
জয়ন্ত কুমাৰ দাস
চাহজাহান আলী
দাদুল আলী
প্ৰদীপ বৰুৱা
চিফুজ্বল বসুমতাৰী
যুগল জ্যোতি গগৈ
চেৰাম হৰজিত সিং (কাছাৰ)
দিলীপ কুমাৰ শৰ্মা
আৰিফ মজুমদাৰ
সাংগঠনিক সম্পাদক
হেমন্ত সূত
মনিৰুজ জামান
ৰবি শইকীয়া চুতীয়া
পার্থ সাৰথি শইকীয়া
চিত্ৰ গগৈ
আমজাদ আলী ছিকদাৰ
হীৰেণ ফুকন
চক্ৰধৰ ডেকা
ৰঞ্জিত দত্ত
মমী চৌধুৰী
ললিত চেতিয়া
এম এ হাজৰিকা

মুখপাত্ৰ

জ্ঞানশ্ৰী বৰা (বাকী ৫ গৰাকীৰ নাম কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে হ’ব)

বিত্ত সমিতিৰ সভাপতি

ডঃ ঘনশ্যাম নাথ

তথ্য আৰু প্ৰচাৰ সম্পাদক

দেবাংগ সৌৰভ গগৈ
মোজামিল হক

কাৰ্য্যলয় সম্পাদক
চিন্ময় বৰা