সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / আজি মকৰ সংক্ৰান্তি

আজি মকৰ সংক্ৰান্তি

শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰীয়ে

নতুন দিল্লী,১৪ জানুৱাৰী : মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিনটোত দেশবাসীক শুভেচ্ছা আৰু অভিনন্দন জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মকৰ সংক্ৰান্তিৰ দিনটোত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত উদযাপিত মাঘ বিহু,লহৰী ,পংগলৰ বাবে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনায় ৷

এনে উৎসৱে জনসাধাৰণৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ আনহাতে,আজি মাঘ বিহু উপলক্ষে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও জনসাধাৰণক শুভেচ্ছা জনায় ৷