সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চিনেমা হল খুলিব

চিনেমা হল খুলিব

থু,পিক পেলালে ভৰিব লাগিব শাস্তি

নতুন দিল্লী,৩১জানুবাৰী : বিগত দহ মাহ ধৰি বন্ধ হৈ থকা চলচ্চিত্ৰ গৃহসমূহ কাইলৈৰ পৰা এশ শতাংশ আসন পূৰ্ণ কৰি দৰ্শকৰ বাবে খোলাৰ নিৰ্দেশ দিছে চৰকাৰে ৷ উল্লেখযোগ্য যে ক’ভিড প্ৰট’কল অনুসৰি থাৰ্মেল স্কেনিং কৰিব লাগিব প্ৰৱেশ পথত ৷ ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৷ চিনেমা হলৰ চৌহদৰ ভিতৰত থু,পিক আদি পেলাব নোৱাৰিব ৷ হলৰ ভিতৰত অসুস্থ অনুভৱ কৰিলে তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব কৰ্তৃপক্ষই ৷