মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মমতাৰ দললৈ অহাৰ খবৰো আছে

মমতাৰ দললৈ অহাৰ খবৰো আছে

অভিনেতা-অভিনেত্ৰীৰ যোগদান তৃণমূলত

কলকাতা,৫ফেব্ৰুৱাৰী : সত্যজিত ৰায়ৰ ‘সীমাবদ্ধ’ চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা অভিনেতা দীপাংকৰ দে’ই আজি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৷ “ মই বহু দিনৰ পৰাই তৃণমূল কংগ্ৰেছ দলৰ সমৰ্থক আছিলোঁ ৷ এই চৰকাৰৰ দিনতে বাংলাভূষণ,বাংলাবিভূষণ আদি সন্মানেৰে সন্মানিত হৈছোঁ ৷ মই অত্যন্ত স্পষ্টবাদী৷মই তৃণমূল কংগ্ৰেছ জয়ী হোৱাতো বিচাৰোঁ”-এনেদৰে কয় অভিনেতাগৰাকীয়ে ৷ আনহাতে, বঙালী টেলিভিছনৰ জনপ্ৰিয় নায়ক ভাৰত কৌল,লাভলী মিত্ৰ,চোনা খান আদিয়েও আজি  তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৷