বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মানুহ মৰে কৈ,পক্ষী মৰে ৰৈ

মানুহ মৰে কৈ,পক্ষী মৰে ৰৈ

নিলম্বিত হ’ল ৰাইজৰ দলৰ জিলা সম্পাদক

গুৱাহাটী,৯ফেব্ৰুৱাৰী : ৰাইজৰ দলৰ নগাঁও জিলা সম্পাদক প্ৰকাশ বৰুৱাক তৎকালীনভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে দলটোৱে ৷ আজি নগাঁৱত অনুষ্ঠিত হোৱা এক জনসভাত ক্ষমতালৈ আহিলে সকলো শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিব বুলি এক বিতৰ্কিত মন্তব্য আগবঢ়াইছিল প্ৰকাশ বৰুৱাই ৷ ইয়াৰ ঠিক পিছতেই ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা স্বাক্ষৰিত এক বিবৃতিত জিলা সম্পাদক প্ৰকাশ বৰুৱাই উদ্দেশ্যপ্ৰণোদিতভাৱে এই মন্তব্য আগবঢ়োৱাৰ লগতে এই মন্তব্য ৰাইজৰ দলৰ নহয় বুলি উল্লেখ কৰে ৷