বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Top Stories  / মৰ্মান্তিক !

মৰ্মান্তিক !

জিলেটিনে ল’লে ৬ জনৰ প্ৰাণ

বাংগালোৰ,২৩ ফেব্ৰুৱাৰী : কৰ্ণাটকৰ বাংগালোৰৰ চিক্কাবালাপুৰ অঞ্চলত এখন মিনি ট্ৰাকত হোৱা জিলেটিন বিস্ফোৰণত ৬ জন লোক নিহত হৈছে আৰু ২ জন গুৰুতৰভাৱে আহত হৈছে ৷ বাংগালোৰৰ পৰা ৯৫ কিঃমিঃ দূৰত্বত অৱস্থিত গুডীভিল্লা আৰক্ষী নিৱেশৰ অন্তৰ্গত চিক্কাবালাপুৰ অঞ্চল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উক্ত দুৰ্ভাগ্যজনক ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে ৷ গাড়ীখনৰ চালকজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷